The Mahakumbh of Millionaire Farmers of India

300+

Categories

2 Lakh+

Nominations (Expected)

1000

Awards

30+

Countries

এমএফঅ'আই ধাৰণা

ভাৰতৰ কৃষি আৰু কৃষি উদ্যোগত উদ্ভাৱনীমূলক পদক্ষেপৰ বাবে পৰিচিত কৃষি জাগৰণে আয়োজন কৰিছে এম এফ অ’ আই – ভাৰতীয় কোটিপতি কৃষক বঁটা ২০২৩।  য’ত দেশৰ ধনী তথা কৃষকসকলক সন্মান জনাব।যিয়ে নতুন প্ৰজন্মক কৃষি ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত কৰিব। সাধাৰণতে আমি কৃষক বুলিলে যিখন ছবি মনৰ মাজত অংকন কৰোঁ। সেই ছবিখনক অকণমান সলাব এই ভাৰতীয় কোটিপতি কৃষক বঁটা ২০২৩এ।

এই ধাৰণাটো কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সম্পাদক এম চি ডমিনিকৰ মগজুত খেলাই থকা এটা দীৰ্ঘদিনীয়া সপোন। সেই সপোনক সাকাৰ ৰূপ দিবৰ বাবে ভাৰতৰ ভিন্নপ্ৰান্তত পাৰদৰ্শিতা প্ৰদৰ্শন কৃষকসকলক ৰাজধানী দিল্লীত এক অনুষ্ঠানত ৬, ৭, আৰু ৮ ডিচেম্বৰত পুৰস্কৃত কৰিব।

আমি আশা কৰিছো এই মঞ্চখনে নতুন কৃষি উদ্যোগীসকলক অনুপ্ৰেৰণা যোগাব। ভাৰতৰ ইতিহাসত কৃষকক এনেদৰে সন্মান আগতে জনোৱা নাছিল কোনো প্ৰতিষ্ঠানে কিন্তু ২০২৩ বৰ্ষৰ ৬-৮ ডিচেম্বৰৰ পৰা ই প্ৰত্যেক বছৰে কৃষকসকলক কৃষি জাগৰণে জনাব সন্মান।

Sponsors

Title Sponsor

Mahindra Tractors

Corporate Sponsors

FMC NCDEX AGMA Somani Seedz Honda

Banking Partner

SBi

Kit Sponsor

Dhanuka

Food and Beverage Partners

Ananda Bira MDH KRBL Safal DCM Shriram Sugar Dabar

Exhibitors

KRBL

Knowledge Partner

ICAR Manage

Digital Partner

DailyHunt

Supporting Associations

FMC NSAI B-Able First World Community IAI IDA VPN Thofa ACFI ICCOA SRVA PMFAI AKFP IVA

Venue

IARI, Mela Ground, PUSA, New Delhi

Contact Us

Parikshit Tyagi +91 98913 34425
Megha Sharma +91 9991668292
Poonam Biswakarma +91 98188 93652
Subhra Mohanty +91 98188 38998