আমাৰ লক্ষ্য

এটা ২৭ বছৰীয়া সপোন- কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক তখা মুখ্য সম্পাদক এম চি ডমিনিকৰ। ১৯৯৬ চনত প্ৰতিষ্ঠা কৰা কৃষি জাগৰণৰ আৰম্ভণিৰ পৰা এই সপোনটো তেওঁ কঢ়িয়া লৈ ফুৰিছিল। এক গতিশীল মঞ্চ। যিয়ে বিশ্বজুৰি যুৱ উদ্যোগীসকলক কৃষিৰ প্ৰতি আকৰ্ষিত কৰিব।


আমাৰ মিছন

  • এক মিলিয়ন কোটিপতি কৃষকক স্বীকৃতি দিবলৈ
  • সমগ্ৰ বিশ্বৰ কৃষকসকলক অনুপ্ৰাণিত আৰু সবলীকৰণ কৰা
  • কৃষিক গ্লেমাৰাইজ কৰি খেতিৰ প্ৰতি গৌৰৱৰ ভাৱ জগাই তোলা
MC Dominic